Public App Logo
Jansamasya
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
No video available

গোগামুখ: অসামৰিক সেৱা প্ৰস্তুতিৰ বাবে DAC বৃত্তি পৰীক্ষা 4 ফেব্ৰুৱাৰী তাৰিখে ধেমাজি বালিকা বিদ্যালয়ত আয়োজন

Gogamukh, Dhemaji | Feb 3, 2024
অসামৰিক সেৱা প্ৰস্তুতিৰ বাবে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বৃত্তি পৰীক্ষা ২০২৪ অহা 4 ফেব্ৰুৱাৰী তাৰিখে ধেমাজি বালিকা মহাবিদ্যালয়, আয়োজন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হম বুলি ভবা সমূহ ছাত্ৰ ছাত্ৰী দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে ১/ ছাত্ৰ-ছাত্ৰীয়ে নিশা ১২:০০ বজাৰ ভিতৰত নিজ নিজ পৰীক্ষা কেন্দ্ৰত ৰিপৰট দিব লাগিব। ২/ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে দিনৰ ১২:২০ বজাৰ ভিতৰত বহিব লাগিব ।

MORE NEWS