মানকাচৰ: হাটশিঙিমাৰীৰ কদমতলীত নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰত জাহ গ'ল চাৰাটাকৈ ঘৰ,হাহাকাৰ অৱস্হা নৈ পৰীয়া ৰাইজৰ মাজত
ৰবিবাৰে পূৱা ৯ বজাত এনেদৰে প্ৰচণ্ড বৰষূণৰ মাজতো নিজৰ ঘৰ স্থানান্তৰ কৰাত ব্যস্ত নৈ পৰিয়া ৰাইজ । উল্লেখ্য যে যোৱা কেইদিন ধৰি জিলাখনৰ বিভিন্ন ঠাইত চলি আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া। সমান্তৰালকৈ হাজিৰহাট গাঁৱ পঞ্চায়তৰ কদমতুলি গাঁৱতো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া।ইতিমধ্যে শ শ বিঘা কৃষি ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ ায় ্