Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
image
image

সুৰা মাফিয়াৰ বিৰুদ্ধে হাৰমতী আৰক্ষীৰ অভিযান। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন তিনিচকীয়া বাহনৰ পৰা উদ্ধাৰ হ’ল বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। #public #friends #highlights #news #viral #police #everyone #facebook #barta24x7

Helem, Biswanath | Jul 19, 2026

MORE NEWS

আজি তৃতীয় দিনাও উদ্বাৰ হোৱা নাই বুৰৈ নৈত নিখোঁজ হোৱা শিৱ দাসৰ মৃতদেহ।

NDRF আৰু SDRF বাহিনীয়ে যুটীয়া ভাৱে চলাই আছে অভিযান।

গহপুৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল শিৱ দাস নামৰ এজন যুৱকৰ। 
শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা।
 শনিবাৰৰ পৰা বৰ্তমানলৈকে  উদ্বাৰ কৰিব নোৱাৰিলে SDRF বাহিনীয়ে। 
সোমবাৰে  পুনৰ SDRF আৰু ‌NDRF বাহিনীয়ে একেলগে চলি আছে উদ্বাৰ  অভিযান। 
 দুদিন উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ মৃতদেহ 
সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

#public #friends #highlights #news #viral #reels #everyone #facebook

আজি তৃতীয় দিনাও উদ্বাৰ হোৱা নাই বুৰৈ নৈত নিখোঁজ হোৱা শিৱ দাসৰ মৃতদেহ। NDRF আৰু SDRF বাহিনীয়ে যুটীয়া ভাৱে চলাই আছে অভিযান। গহপুৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল শিৱ দাস নামৰ এজন যুৱকৰ। শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। শনিবাৰৰ পৰা বৰ্তমানলৈকে উদ্বাৰ কৰিব নোৱাৰিলে SDRF বাহিনীয়ে। সোমবাৰে পুনৰ SDRF আৰু ‌NDRF বাহিনীয়ে একেলগে চলি আছে উদ্বাৰ অভিযান। দুদিন উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ মৃতদেহ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jul 27, 2026

@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ।
@ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা।
@ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান।
@ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। 
@ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ  অভিযান। 
@ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ।
@ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। 

#public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf

@ গহপুৰৰ হেলেমৰ বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ। @ শনিবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। @ শনিবাৰে SDRF বাহিনীয়ে নিশা ৯ বজা পৰ্যন্ত চলালে অভিযান। @ উদ্বাৰ কৰিব নোৱাৰিলে শিৱ দাসৰ নিথৰ দেহটো। @ দেওবাৰে পুৱাৰ পৰা পুনৰ একেৰাহে চলি আছে উদ্বাৰ অভিযান। @ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো উদ্বাৰ হোৱা নাই শিৱ দাসৰ নিথৰ দেহ। @ সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #sdrf #ndrf

Helem, Biswanath | Jul 26, 2026

Helem, Biswanath | Jul 26, 2026

সুৰা মাফিয়াৰ বিৰুদ্ধে হাৰমতী আৰক্ষীৰ অভিযান। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন তিনিচকীয়া বাহনৰ পৰা উদ্ধাৰ হ’ল বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। #public #friends #highlights #news #viral #police #everyone #facebook #barta24x7 - Helem News