গোগামুখ: কৰ্ম সুতে
কেৰেলা লৈ যাওঁ বুলি গুৱাহাটী পৰা নিৰুদ্দেশ স্বামী পত্নীয়ে স্বামীক বিচাৰি গোগামুখ পাচনি কেম থানাত এজাহাৰ
গোগামুখ কৈলাশপূৰ গাঁও ৰ নিবাসী থানেশ্বৰ সূত্ৰধৰা নামৰ ব্যক্তি জন যোৱা মাহৰ 26 জানুৱাৰী তাৰিখে কামৰ সন্ধ্যাত কেৰেলা লৈ যাওঁ বুলি একসপ্তাৰ আগতেই ঘৰৰ পৰা ওলাই গৈছিল আৰু গুৱাহাটী পাই ফোন যুগে হেৰুৱা লোক জনে ঘৰৰ পৰিয়াল লগত কথা ও পাতিছিল । ইয়াৰ পিছৰ পৰা মানুহ জনৰ খবৰ পোৱা নাই পৰিয়াল বৰ্গ ই এতিয়া পৰিয়াল লোকে লোক জন বিচাৰি পাঁচনি কেম থানা এজাহাৰ প্ৰদান কৰি আৰক্ষীক বিচাৰি দিবলৈ আহ্বান জনায় পৰিয়াল বৰ্গই