সোণাৰি: ২০২৬ত চৰাইদেউ মেডিকেল কলেজ মুকলি হ'ব : ৰতনপুৰত সাংসদ তপন গগৈৰ মন্তব্য
আজি বৃহস্পতিবাৰে ২ বজাত চৰাইদেউ জিলাৰ ৰতনপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি যোৰহাট লোকসভাৰ প্ৰাৰ্থী সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ প্ৰসঙ্গত চৰাইদেউ জিলাৰ ৰজাপুখুৰীত নিৰ্মাণ কৰি থকা চৰাইদেউ মেডিকেল কলেজ ২০১২৬ চনৰ পৰা আৰম্ভ হব বুলি উল্লেখ কৰে লগতে এইবছৰ চিকিৎসকৰ নিযুক্তি দিয়া হব বুলি কয় ।