সোণাৰি: টেঙাপুখুৰী চাৰিমুঠিয়া গোঁহাই গাওঁত চৰাইদেউ জিলা আবকাৰী বিভেগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৪০০ লিটাৰ পাছ নষ্ট কৰে ৷
চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চাৰিমুঠিয়া গোঁহাই গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু টেঙাপুখুৰী আৰক্ষী চকীৰ যৌথ প্ৰচেষ্টাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ পাছ ৪০০ লিটাৰ নষ্ট কৰে ৷