Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
Maharashtra
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
आग
मध्यप्रदेश
Bollywood
दिल्ली
Breakingnews
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Sambalpur
सम्मान
Crimenews
Sitapur
axombroadcast24
⭕প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বৰভাগত যুৱ শক্তি,বৰভাগৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি #Nalbari #tribute #ZubeenGarg #zubinda #axombroadcast24
Nalbari, Nalbari
| Oct 5, 2026
#nalbari
#tribute
#zubeengarg
#zubinda
#axombroadcast24
MORE NEWS
⭕বৰভাগৰ ৰণাকুছিত ফুট গধুলিতে গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সোণৰ গহনা আ-অলংকাৰ ⭕গাঁওখনৰ হৰজ্যোতি কলিতা নামৰ এজন ব্যক্তিৰ গৃহত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা #Nalbari #TheftCase #ranakuchi #AssamPolice
Nalbari, Nalbari | Oct 10, 2026
⭕এতিয়া গৌৰৱ গগৈ-ৰকিবুল হুছেইন আলোচনাৰ বিষয় নহয়। ⭕এতিয়া আমাৰ বাবে আলোচনাৰ বিষয় হ'ল বদৰুদ্দিন আজমল ! ⭕বদৰুদ্দিন আজমল কেনেদৰে ইমান শক্তিশালী হ'ল । ⭕কংগ্ৰেছ ৰাইজৰ ওচৰত নাথাকে তেওঁলোকৰ বিপৰ্যয় স্বাভাৱিক। ⭕নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে অনুষ্ঠিত সেৱা সেতু অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ #Nalbari #BJPNEWS #jayantamallabaruah #Congress
Nalbari, Nalbari | Oct 10, 2026
⭕আজিৰে পৰা আৰম্ভ নলবাৰী জিলা ছাত্ৰ সন্থাৰ দ্বাবিংশতিতম টিহু অধিৱেশন ⭕দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ টিহু অধিৱেশন ⭕আৰম্ভণি কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ হিচাপে বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা #Nalbari #Aasu #conference #axombroadcast24
Nalbari, Nalbari | Oct 5, 2026
⭕বালিলেছাত এদল সামাজিক ব্যক্তিৰ প্ৰশংসনীয় কাৰ্য্য। ⭕থিয়েটাৰৰ লভ্যাংশৰে কৰিলে শিৱ মন্দিৰৰ উন্নয়ন। ⭕মন্দিৰৰ চৌহদত মাটি পেলোৱাৰ লগতে হাতে কামে লাগি দিনটো কৰিলে শ্ৰমদান #Nalbari #VoluntaryService #theatre #axombroadcast24
Nalbari, Nalbari | Oct 5, 2026
⭕নলবাৰী নাট্য মন্দিৰত ৰামচৰণ তামুলী সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয় বিশিষ্ট অভিনেত্ৰী তথা চিকিৎসক জাহানাৰা বেগমক* ⭕অভিনৱ নাট্যগোষ্ঠীৰ তৰফৰ পৰা প্ৰয়াত অভিনেতা তথা নাট্যকৰ্মী নাৰায়ণ বৈশ্যলৈ দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান ⭕উক্ত অনুষ্ঠানত প্ৰজন্ম নলবাৰীৰ দ্বাৰা "এনেকৈ" শীৰ্ষক এখন নাট মঞ্চস্থ কৰা হয়। #Nalbari #Awards #actresses #axombroadcast24
Nalbari, Nalbari | Oct 5, 2026
⭕ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলা বিতৰ্ক সন্দৰ্ভত বিজেপিৰ নলবাৰী জিলা কাৰ্যালয়ত সংবাদমেল ⭕সংবাদমেল সম্বোধন প্ৰাক্তন মন্ত্ৰী বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ ⭕বিধায়ক পাটোৱাৰীৰ সৈতে সংবাদমেলত অংশগ্ৰহণ জিলা বিজপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা,জিলা সম্পাদক পুলক শৰ্মাৰ #Nalbari #PressMeet #ElectionCommissionOfIndia #ChandramohanPatowary #axombroadcast24
Nalbari, Nalbari | Oct 5, 2026
⭕বৰভাগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজিৰে পৰা আৰম্ভ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা ⭕প্ৰতিযোগিতাত বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘৰ বিজয়ীৰ খিতাপ দখল #Nalbari #football #Competition #axombroadcast24
Nalbari, Nalbari | Oct 5, 2026
⭕বৰভাগৰ বৰশিমলুৱাত হেঙুল থিয়েটাৰৰ টিকট উন্মোচন ⭕বৰশিমলুৱা যুৱ সমাজৰ উদ্যোগত ২৫ আৰু ২৬ অক্টোবৰত নাট প্ৰদৰ্শনৰ বাবে দুদিনীয়াকৈ আমন্ত্ৰণ কৰা হৈছে হেঙুল থিয়েটাৰ ⭕থিয়েটাৰ খনৰ টিকট আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী যোগেশ দাসে ⭕টিকট উন্মোচনৰ লগত সংগতি ৰাখি থিয়েটাৰখনৰ অস্থায়ী কাৰ্যালয় এটিয়ো মুকলি কৰা হয় #Nalbari #theatre #tickets #inauguration #axombroadcast24
Nalbari, Nalbari | Oct 5, 2026