⭕বৰভাগৰ ৰণাকুছিত ফুট গধুলিতে গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সোণৰ গহনা আ-অলংকাৰ
⭕গাঁওখনৰ হৰজ্যোতি কলিতা নামৰ এজন ব্যক্তিৰ গৃহত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা
#Nalbari
#TheftCase
#ranakuchi
#AssamPolice
Nalbari, Nalbari | Oct 10, 2026