নলবাৰী: প্ৰায় ৮ হাজাৰ শিল্পী অনুৰাগীয়ে জুবিন গাৰ্গলৈ জনাৱ বিশেষ শ্ৰদ্ধাঞ্জলি নলবাৰী ৰাস মহোৎসৱৰ উদ্যোগত,গৰ্ডন খেলপথাৰত আখৰা
প্ৰায় ৮ হাজাৰ শিল্পী অনুৰাগীয়ে জুবিন গাৰ্গলৈ জনাৱ বিশেষ শ্ৰদ্ধাঞ্জলি নলবাৰী ৰাস মহোৎসৱৰ উদ্যোগত । জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ ৩২ মিনিট দৈঘ্যৰ এটা মেডলী পৰিবেশন কৰিব ।আখৰাত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কাইলৈৰ পৰা আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। জুবিনময় হব ৯২ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ