⭕অসম কুংফু সন্থাৰ ২০২৬ বৰ্ষৰ বেল্ট পৰীক্ষাৰ ফলাফল ঘোষণা
⭕বেল্ট পৰীক্ষাত উৰ্ত্তীণ ৬২ গৰাকী শিক্ষাৰ্থী প্ৰদান কৰা হয় বেল্ট
⭕নলবাৰী জিলা কুংফু সন্থাৰ উদ্যোগত গৰ্ডন খেলপথাৰৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বেল্ট পৰীক্ষা
⭕ বেল্ট প্ৰদান অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা কুংফু সন্থাৰ কাৰ্যকৰী সভাপতি পাৰ্থপ্ৰতীম লহকৰ,অসম কুংফু সন্থাৰ প্ৰশিক্ষক ৰঞ্জিত বৰুৱা,বিনোদ হালৈ,দিগন্ত শৰ্মা,দিপু বেজবৰুৱা,যুৱ নেতা দিব্যজ্যোতি হালৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি
#nalbarinews
#kungfu
#examination
#results
#Belts
#axombroadcast24