Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

উত্তৰ গুৱাহাটী ভাগ: জুবিনৰ বাবে শোকস্তব্ধ উত্তৰ গুৱাহাটীবাসী, উত্তৰ গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে, উলিয়াই বাইক ৰেলী

জুবিনৰ বাবে শোকত ভাগি পৰিছে উত্তৰ গুৱাহাটীবাসী। কেতিয়াও কাহানিও মানি লব নোৱাৰা খৱৰটোৱে সকলোকে কন্দুৱালে । শনিবাৰে সমগ্র উত্তৰ গুৱাহাটীতে ব্যৱসায় সকলে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি ৰাখিছে। বিদেহি আত্মাৰ সদগতি কামনা কৰি বিভিন্ন জনে ৰেলি কৰাও পৰিলক্ষিত হ'ল।

MORE NEWS

উত্তৰ গুৱাহাটী ভাগ: জুবিনৰ বাবে শোকস্তব্ধ উত্তৰ গুৱাহাটীবাসী, উত্তৰ গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে, উলিয়াই বাইক ৰেলী - North Guwahati Part News