জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বাইহাটা চাৰিআলিত জোৰ সমদলৰে অসমৰ ৰাইজক ন্যায় লাগে, গৃহ বিভাগ হায় হায় ধ্বনিৰে শতাধিক ছাত্ৰ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লেহেমীয়া কৰাৰ অভিযোগ প্ৰতিবাদী ছাত্ৰ সন্থাৰ।