Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Pm

উত্তৰ গুৱাহাটী ভাগ: জুবিনৰ বিৰহত শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে,পাণ্ডু নদী আৰক্ষীয়ে চলাই উদ্ধাৰ অভিযান,সন্ধান নাই যুৱকজনৰ

বৃহস্পতিবাৰে জুবিন গাৰ্গৰ বিৰহত শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে।আমিনগাঁৱৰ পৰা জালুকবাৰী অহা দিশত পৰা দলঙৰ ওপৰৰ পৰা জাপ দিয়ে যুৱকজনে।নিজৰ কাপোৰ ফালি থৈ, লগত থকা পইচাও ফালি পানীত জাপ দিয়ে যুৱক জনে। পাণ্ডু নদী আৰক্ষীয়ে চলাই উদ্ধাৰ অভিযান। এই পৰ্যন্ত কোনো সন্ধান নাই যুৱক জনৰ।