উত্তৰ গুৱাহাটীত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ নৱৰাত্ৰিৰ কাৰ্যসূচী। শনিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য পুৰোহিতৰ। দুৰ্গা পূজাৰ আয়োজক সমিতি সমূহে ইতিমধ্যে বাতিল কৰিছে সকলো সাংস্কৃতিক কাৰ্যসূচী। উত্তৰ গুৱাহাটীত দুৰ্গাপূজা সমিতিৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।