আলমগঞ্জ ৰঙামাটিৰ কবৰস্থান কমিটিৰ কঠোৰ নিৰ্দেশনা
ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জস্থিত ৰঙামাটিৰ ঐতিহাসিক কামেল পীৰ চাহাবুদ্দিন আউলিয়াৰ মাজাৰ শ্বৰীফ আৰু সংলগ্ন কবৰস্থানক লৈ একাধিক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মাজাৰ কমিটিয়ে ।
মাজাৰস্থলী আৰু কবৰস্থান এলেকাত যাতে কোনো ধৰণৰ অনিয়ম বা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰিছে কবৰস্থান কমিটিয়ে।