◾ ওদালগুৰিত ৬৫ কোটি টকাৰো অধিক মূল্যৰ ১৩,০২৮ কেজি গাঞ্জা ধ্বংস
◾ আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত আৰক্ষীৰ বৃহৎ পদক্ষেপ।
◾ আদালতৰ নিৰ্দেশ অনুসৰি জব্দকৃত ১৩,০২৮.৭৬২ কেজি গাঞ্জা ধ্বংস কৰা হয়।
◾ জব্দকৃত গাঞ্জাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ₹৬৫.১৪ কোটি।
◾ অৰুণাচল প্ৰদেশৰ পৰা অন্য ৰাজ্যলৈ সৰবৰাহৰ সময়ত আৰক্ষীয়ে গাঞ্জাসমূহ জব্দ কৰিছিল।
◾ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতিত সম্পন্ন হয় ধ্বংস কাৰ্যসূচী।
Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri Police
Assam Police
Udalguri, Udalguri | Jun 26, 2026