আজিলৈ কিয় এ*নকাউন্টাৰ কৰা নাই SI নৱজিৎ দাসক হ*ত্যা কৰা ড্ৰাগছ মাফিয়াক? সৰৱ অসমীয়া যুৱ মঞ্চ। আমগুৰিত সংবাদমেল সম্বোধন কৰি অসম চৰকাৰক সমালোচনা অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকাশ শইকীয়াৰ।
#JusticeForNabajitDas
Udalguri, Udalguri | Aug 18, 2026