আজাৰা: আজাৰা থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত ১২টাকৈ শিশু শ্ৰমিক উদ্ধাৰ
জিলা শ্ৰমিক টাস্ক ফ’ৰ্চে আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰত সফলতাৰে উদ্ধাৰ অভিযান চলায়। বিভিন্ন স্থানৰ পৰা মুঠ ১২টা শিশুক উদ্ধাৰ কৰা হয় য’ত তেওঁলোকক দুৰ্বল আৰু অসুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে । আজাৰা সহযোগত চলিছিল এই অভিযান।