Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi
यूपी

নগাঁও: নুৰুদ্দিন আহমেদ মধ্য ইংৰাজী বিদ্যালয়ত চুৰিকাণ্ড , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰধান শিক্ষকৰ

Nagaon, Nagaon | Sep 13, 2025
নগাঁৱৰ নুৰুদ্দিন আহমেদ মধ্য ইংৰাজী বিদ্যালয়ত চুৰিকাণ্ড। সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত সংঘটিত ঘটনা। চুৰে লুটি লৈ যায় –পানীৰ টেপ , পানীৰ মটৰ, শ্ৰেণীকোঠাৰ ফেন, মধ্যাহ্ন ভোজনৰ চাউল । বিগত ৩ মাহত বিদ্যালয়খনত ইতিমধ্যে ২ বাৰ চুৰিকাণ্ড। এজাহাৰ দাখিল সত্ত্বেও এতিয়ালৈকে চোৰ আটক নহয়। অভিভাৱক-শিক্ষাৰ্থীৰ মাজত আতঙ্ক।