Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
बिहार
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
महिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
तेजस्वी_यादव
Uttarakhand
शादी

হাজো: হাজোত হাজো নলবাৰী পথ অৱৰোধ কৰি প্ৰতিবাদ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ,জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ

Hajo, Kamrup | Aug 12, 2025
মঙলবাৰে হাজোত আছুৰ উত্তাল প্ৰতিবাদত।হাজো নলবাৰী পথ অৱৰোধ কৰি প্ৰতিবাদ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ। হাজো,নলবাৰী,গুৱাহাটী সংযোগী জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ।প্ৰতিবাদস্থলীত উপস্থিত চক্ৰ বিষয়া লগতে হাজো আৰক্ষী। চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী আছু নেতৃত্বই।