◾ ওদালগুৰিত শ্বহীদ মেজৰ দুৰ্গা মল্ল সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি
◾হাজাৰ হাজাৰ লোকে উপভোগ কৰিলে ফাইনেল খেলখন
◾ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ খাওৰাং আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন হৈছিল এই প্ৰতিযোগিতা
◾ ১২ সংখ্যক প্ৰতিযোগিতাত অংশগ্ৰহণ ১৬টা ফুটবল দলৰ
◾ চূড়ান্ত খেলত মুখামুখি দভান ক্লাৱ আৰু গেন্দ্ৰা এফ চি
◾ ট্ৰাইব্ৰেকাৰত ৪-৩ গ’লত জয়ী দভান ক্লাৱ
◾ দভান ক্লাৱে অৰ্জন কৰিলে চেম্পিয়নৰ খিতাপ
◾ চেম্পিয়ন দলক ৪০ হাজাৰ, ৰানাৰ্ছ আপক ৩০ হাজাৰ টকাৰ পুৰস্কাৰ
◾ সামৰণি অনুষ্ঠানত উপস্থিত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী, EM ফ্ৰেছ মোছাহাৰী, আগছুৰ কেন্দ্ৰীয় সাঃসম্পাদক সোমৰাজ সোনাৰ সহ বিশিষ্ট অতিথিসকল