বিটিচিৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’লে ৰাজ্যিক নিৰ্বাচন আয়োগে
ওদালগুৰি , ২০ নৱেম্বৰঃ আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ তিনিটা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সুকলমে, শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়।
Assam, India | Nov 21, 2026