Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

ওদালগুৰি: টংলাত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰ আৰু সজাগতা সভাত জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকাৰ অংশগ্ৰহণ

Udalguri, Udalguri | Nov 26, 2025
টংলাৰ গোবিন্দবাৰীত NGO ক'লাৰ অৱ নৰ্থইষ্ট আৰু হেল্পিংহেণ্ডৰ উদ্যোগত এটি স্বাস্থ্য শিবিৰ আৰু স্বাস্থ্য সজাগতা সভা এখন অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য সজাগতা সভাত জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকাই আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰে। আনহাতে উক্ত সময় চোৱাত IUKD প্ৰতিষ্ঠানৰ CMD ডাঃ অৰূপ কুমাৰ নাথৰ লগতে ডাঃ বিকাশ চৌধুৰী, ডাঃ ৰিছভ দে হেল্পিংহেণ্ডৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণদাস প্ৰমুখ্যে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, ৰোগী আৰু অঞ্চলৰ লোক উপস্থিত থাকে।
ওদালগুৰি: টংলাত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰ আৰু সজাগতা সভাত জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকাৰ অংশগ্ৰহণ - Udalguri News