সোণাৰি: হলৌফুকন জিপি চৰাইদেউৰ পৰা শিৱসাগৰ জিলাত অন্তভুক্তৰ সন্দৰ্ভত শণিবাৰে প্ৰতিক্ৰিয়া যুৱ মৰ্চাৰ লাকুৱা মণ্ডলৰ সভাপতিৰ
চৰাইদেউ জিলাৰ হলৌফুকন পঞ্চায়তৰ লগতে চৰাইদেউ পঞ্চায়তৰ তিনিখনকৈ ৰাজহ গাঁৱ চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰি শিৱসাগৰ জিলাত অন্তভুক্ত কৰি তাৰ প্ৰস্তাৱ ইতিমধ্যে চৰাইদেউ জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপিৰ যুৱ মৰ্চাৰ লাকুৱা মণ্ডলৰ সভাপতি অভিজিত বৰুৱাৰ