সোণাৰি: শণিবাৰে লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভণি ।
শণিবাৰে লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভণি আজি ইংৰাজী ১৬ মাৰ্চত দিনৰ ১ বজাত বীৰ লাচিত সেনা অসম, লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত, বৃহত্তৰ লাকুৱাবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ২৪ মাৰ্চ পৰা ৭ এপ্ৰিল লৈকে চতুৰ্থ বৰ্ষৰ বাবে ঐতিহাসিক লাইলৌ বৰুৱা ক্ষেত্রত( চাৰিঙ্গীয়া কোঁৱৰ ৰাজহুৱা খেলপথাৰত ) ১৫ দিনীয়াকৈ ( ঢোল বাদন, পেঁপা বাদন আৰু বিহু নাচ) অনুষ্ঠিত হ'বলগীয়া লাকুৱা কেন্দ্ৰীয় বিহু কৰ্মশালা অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভণি কৰা হয়