Public App Logo
Jansamasya
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
No video available

সোণাৰি: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত চৰাইদেউত কংগ্ৰেছৰ প্ৰস্তুতি সভা অনুষ্ঠিত

Sonari, Charaideo | Mar 16, 2024
যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ দেওবাৰে সোণাৰিত উপস্থিত হৈ স্থানীয় কেইবাখনো বাগিচাত গৈ ৰাইজৰ সৈতে মতবিনিময় কৰিব। সেয়ে গৌৰৱ গগৈৰ আগমণক লৈ সাপেখাটি ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বীৰেণ বৰাৰ সভাপতিত্বত এখন প্ৰস্তুতি সভা শনিবাৰে অনুষ্ঠিত হয়। উক্ত সভাত সাপেখাটী ব্লক কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়াৰ লগতে মণ্ডল কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। প্ৰস্তুতি সভাখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী ।

MORE NEWS