সোণাৰি: মথুৰাপুৰ থানাৰ সন্মোখত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগত অহা পালচাৰ বাইকে নিয়ন্ত্ৰন হেৰুৱা লোহাৰ বেৰিকেটত খুন্দিয়াই আহত চালক
চৰাইদেউ জিলাৰ মথুৰাপুৰত সোণাৰি পৰা শিৱসাগৰ অভিমুখে তীব্ৰ বেগত অহা পালচাৰ বাইকে মথুৰাপুৰ আৰক্ষী থানাৰ লোহাৰ বেৰিকেটত খুন্দিয়াই গুৰুত্বৰ ভাৱে আহত পালচাৰ বাইকৰ চালকজন ৷আহত চালকক সোণাৰিস্থিত ৰজাপুখুৰী চিকিৎসালয়ললৈ প্ৰেৰণ কৰে মথথুৰপুৰ আৰক্ষীয়ে ৷