সোণাৰি: মাহমৰাৰ সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্রিন্ট ৰচনাক লৈ প্ৰতিক্রিয়া হলৌফুকন গাওঁ পঞ্চায়তত স্থানীয় ৰাইজৰ সংবাদ মেল ৷
চৰাইদেউ জিলা চাৰিসীমা লৈ বিতৰ্ক মাহমৰাৰ সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্রিন্ট ৰচনাক লৈ প্ৰতিক্রিয়া হলৌফুকন গাওঁ পঞ্চায়তত লোকসভা নির্বাচনত ভোট বর্জনৰো হুংকাৰ হলৌফুকন বাসী ৰাইজ চৰাইদেউ ৰাইজৰ সংবাদমেল আয়োজন।চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তর্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্রিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপত চৰাইদেউ জিলা প্রশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি টেঙাপুখুৰীত সংবাদমেল ৷