গুৱাহাটী: বশিষ্ঠ আৰক্ষীৰ জালত বৃহৎ চোৰৰ গেং ,চোৰক কৰায়ত্ত কৰি তথ্যৰ ভিত্তিত উদ্ধাৰ বহু চুৰি সামগ্ৰী
বশিষ্ঠ আৰক্ষীৰ জালত বৃহৎ চোৰৰ গেং । চোৰক কৰায়ত্ত কৰি তথ্যৰ ভিত্তিত উদ্ধাৰ বহু চুৰি সামগ্ৰী । মনিষ চৌধুৰী ওৰফে লাকু , অৰ্জুন সিং আৰু সঞ্জীৱক আটক কৰে আৰক্ষীয়ে । চোৰৰ তথ্যৰ ভিত্তিত উদ্ধাৰ কৰিছিল SBI ATM ৰ বেটাৰী চোৰ