মাৰ্ঘেৰিটা: ডিগবৈত গোলাই পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলৰ কাৰ্যভাৰ অনুষ্ঠান সম্পন্ন,বিধায়ক সুৰেন ফুকনৰ অংশগ্ৰহণ
শুকুৰবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাই গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে। গোলাই গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিলাক্ষী মজুমদাৰ কাকতিয়ে আনুষ্ঠানিক ভাৱে দায়িত্ব ভাৰ গ্ৰহণ কৰে। দেৱব্ৰত দাসে আঁত ধৰা আৰু গোলাই জিলা পৰিষদৰ প্ৰাক্তন সদস্যা হিৰণ্য বৰুৱায়ে সভাপতিত্ব কৰা অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে বিধায়ক সুৰেন ফুকনে। বিয়লি প্ৰায় ৩ বজালৈকে অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট লেখিকা ৰেবতী কাকতিয়ে ।