নগাঁও: অবৈধ বাংলাদেশী বহিষ্কাৰৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ
Nagaon, Nagaon | Sep 16, 2025 অবৈধ বাংলাদেশী বহিষ্কাৰৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ ।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ নগাঁৱৰ জিলা ছাত্ৰ সন্থাই অসমৰ পৰা অবৈধ বাংলাদেশী,মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত নগাঁৱৰ জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উচ্ছেদ কৰা,।অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰা । ভাৰত-বাংলা সীমান্ত ছীল কৰি সীমান্তত দেখিলে গুলীওৱাৰ নিৰ্দেশ দিয়া।‘কা’ ৰ আওঁতাৰ পৰা অ