Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Worldwaterday
Capacitybuilding
Railsafety
Chaitranavratri
No video available

মাহমৰা: ডোমৰদলং চাহ বাগিচাত SOPD(ODS) আঁচনিৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Mahmora, Charaideo | Mar 11, 2024
ডোমৰদলং চাহ বাগিচাত আজি মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ SOPD (ODS) আঁচনি ২০২৩-২৪ বৰ্ষৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ এই আঁচনিৰ জৰিয়তে মুঠ ৮২.২৩ লাখ টকাৰে নিৰ্মাণ কৰা হ'ব বাগিচাখনৰ ১•৫০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ৷ অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে দলীয় বিষয়ববীয়া, চেপন গাঁও পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷

MORE NEWS