ওদালগুৰি: জিলা আয়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত হাতী মানুহৰ সংঘাত সম্পৰ্কীয় সজাগতা সভাত বিটিচিৰ ডিপুটি চীফ ৰিহণ দৈমাৰীৰ অংশগ্ৰহণ
জিলা খনৰ ভাৰত ভূটান সীমান্তৰ অঞ্চল সমূহত প্ৰায়ে সংঘটিত হয় হাতী মানুহৰ সংঘাত।যাৰ ফলত কেতিয়াবা হাতী আৰু কেতিয়াবা মানুহৰ মৃত্যু হয়। সেয়ে আজি হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হয়। বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে সঞ্চালনা কৰা সভা খনত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে বিশেষ ভাৱে অংশগ্ৰহণ কৰে। সভা খনত জেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা,সহ আয়ুক্ত মনজ্যাতি কুটুম প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে। সভা জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এখন