সোণাৰি: গৰিয়াপথাৰ গাঁৱত লাকুৱা-চফ্রাই মণ্ডলৰ নৱনির্মিত মণ্ডল কার্যালয় শুভ উদ্বোধনীত উপস্থিতত মন্ত্ৰী পীয়ুষ হাজৰিকা
চৰাইদেউ জিলাৰ গৰিয়াপথাৰ গাঁৱত মন্ত্ৰী যোগেন মহন উপস্থিতিত সোমবাৰে ভাৰতীয় জনতা পার্টিৰ লাকুৱা-চফ্রাই মণ্ডলৰ নৱনির্মিত মণ্ডল কার্যালয় (অটল বিহাৰী বাজপেয়ী ভৱন)ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই । লগতে মন্ত্রী গৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচনত তপন কুমাৰ গগৈ বিপুল ভোটত জয়ী হʼব বুলি মন্তব্য কৰে ৷