Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Cds
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সোণাৰি: সোমবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

Sonari, Charaideo | Mar 25, 2024
সোমবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত দিনৰ ১১বজাত উপস্থিত হয় যোৰহাট লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, ৰাহজ মন্ত্ৰী যোগেন মহন,সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । মৈদাম ক্ষেত্ৰৰ পূজাস্থলীত পূৰ্বপুৰুষৰলৈ পূজা আগবঢ়াই সেৱা লয় সাংসদ তপন কুমাৰ গগৈয়ে । লগতে অহা ২৯,৩০মাৰ্চত হʼব লগা ৭২তম সামূহিক স্মৃতি তৰ্পন অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় নেতাকেইগৰাকীয়ে যʼত উপস্থিত থাকিব ইউনেস্কৰ এটা দল।

MORE NEWS