সোণাৰি: চৰাইদেউ হালোৱাত অনুষ্ঠিত সুদৰ্শন থিয়েটাৰ আজি নিশা নাটৰ উদ্বোধন কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সভাপতিয়ে
হালোৱা বৰ নামঘৰৰ সাহায্যৰ্থে শ্বহীদ পুহেশ্বৰ বড়া মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হোৱা সুদৰ্শন থিয়েটাৰ আজি প্ৰথম নিশা নাট উদ্ধোধন কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সভাপতি ৰুপম গগৈয়ে । অনুষ্ঠানত স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে ।