Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Worldwaterday
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সোণাৰি: চাৰিমুঠীয়া গাঁৱত লাকুৱা-চফ্ৰাই মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰে সাংসদ তপন কুমাৰ গগৈয়ে

Sonari, Charaideo | Mar 25, 2024
চৰাইদেউ জিলাৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিমুঠীয়া গাঁৱত আজি দুপৰীয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে চৰাইদেউ জিলা বিজেপিৰ অন্তৰ্গত লাকুৱা-চফ্ৰাই মণ্ডল বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ শুভ উদ্বোধন কৰে ৷ এই উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, সোণাৰী-চফ্ৰাই মণ্ডলৰ সভাপতি ত্ৰৈলোক্য গগৈ, অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়া উপস্থিত থাকে ৷