🛑শিৱসাগৰ চহৰৰ সমীপৱৰ্তী দৰিকা নদীত সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰৰ
👉🏻 দৰিকা নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ১৬ বছৰীয়া কিশোৰৰ
👉🏻 ছাত্ৰজন স্থানীয় সুন্দৰমল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ হাছান ভূঞা (১৬)
👉🏻 দৰিকা নদীত গা ধুবলৈ নামি দুই কিশোৰ ছাত্ৰ হঠাৎ সন্ধানহীন হৈ পৰে
👉🏻 স্থানীয় দুজন যুৱকৰ তৎপৰতাত চাহিদুল ইছলাম(১৬) নামৰ এজন ছাত্ৰক সংকটজনক অৱস্থাত জীৱন্তে উদ্ধাৰ
👉🏻 কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল সন্ধানহীন হৈ থকা হাছান ভূঞাৰ
👉🏻 পাছত SDRF বাহিনীয়ে অভিযান চলাই নদীৰ বুকুৰ পৰা হাছানৰ নিথৰ দেহ উদ্ধাৰ কৰে
👉🏻 ঘটনা সন্দৰ্ভত মৃ ত ছাত্ৰজনৰ পৰিয়ালে গভীৰ ৰহস্য আৰু সন্দেহ প্ৰকাশ কৰিছে
Sibsagar, Sivasagar | Aug 26, 2026