Public App Logo
Jansamasya
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
No video available

সোণাৰি: বৃহস্পতিবাৰে চ্যুকাফা নগৰস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত আছাৰ বিষয়ববীয়াৰ বিজেপিত যোগদান

Sonari, Charaideo | Mar 28, 2024
আজি বৃহস্পতিবাৰে পুৱা ১০ বজাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৬ গৰাকী বিষয়ববীয়াই সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চ্যুকাফা নগৰস্থিত নিজ বাসগৃহত যোগদান কৰে। আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি জিতেন গড় , উপ-সভাপতি জয়চিয়া তাৰিয়া, সহকাৰী সম্পাদক হৰেন্দ্ৰ মোথা, ক্ৰীড়া সম্পাদক এমিল সাৰদা , সাংগঠনিক সম্পাদক মাৰ্টিন তপ্নই যোগদান কৰে।