“ভোট চোৰ, গাদ্দী এৰ… ভোট চোৰ, নিজৰ আসন এৰ!” তেলেংগানাৰ ভাৰত ছামিটত ‘ভোট চোৰ’ শ্ল’গানেৰে সৰৱ ইউৰোপীয় ছ’চিয়েলিষ্ট পাৰ্টিছৰ সাধাৰণ সম্পাদক জিয়াকোমো ফিলিবেক। #BharatSummit #VoteChor #GiacomoFilibeck #Democracy #Telangana