দিছপুৰ: জাপৰিগোগ জনজাতি যুৱক সংঘৰ ৪৮ সংখ্যাক ৰাস মহোৎসৱ উন্মোচন বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
জাপৰিগোগ জনজাতি যুৱক সংঘৰ উদ্যোগত আয়োজিত শ্ৰীকৃষ্ণৰ মাহাত্ম্য আধাৰিত ৪৮ তম্ শ্ৰীশ্ৰী ৰাস মহোৎসৱ উন্মোচন পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। সন্ধিয়া ৰাস মহোৎসৱখনী উদ্বোধনী কৰে বিধায়ক গৰাকীয়ে।