ঘূনাসুঁতি পঞ্চায়তৰ শুৱনি গাঁৱৰ নিবাসী লগন টাইদৰ বাসগৃহত ভয়ঙ্কৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হল কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি। বৈদুতিক ছৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
#public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jun 15, 2026