BREAKING 𝐍𝐄𝐖𝐒
বটদ্ৰৱা আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ দুই মাষ্টাৰমাইণ্ড
আজমল হুছেইন আৰু জেহিৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰ।
জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি হোৱা বাহন বহিঃৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এই দুই অভিযুক্তৰ বিৰুদ্ধে।
জুলহাছ আলী নামৰ এগৰাকী ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে।
এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চুৰি বাহনৰ সৈতে জড়িত চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ তদন্তই কোন দিশ লয়, সেয়া হ’ব লক্ষণীয়।
#𝐩𝐡𝐨𝐭𝐨𝐠𝐫𝐚𝐩𝐡𝐲 #𝐩𝐡𝐨𝐭𝐨 #𝐕𝐢𝐫𝐚𝐥𝐩𝐨𝐬𝐭 #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #𝐯𝐢𝐫𝐚𝐥 #𝐩𝐡𝐨𝐭𝐨𝐠𝐫𝐚𝐩𝐡𝐲 #𝐭𝐨𝐝𝐚𝐲𝐛𝐞𝐬𝐭𝐩𝐡𝐨𝐭𝐨𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #𝐚𝐬𝐬𝐚𝐦
Nagaon, Nagaon | Oct 22, 2026