বিজয়া দশমীত ধিঙত দুৰ্গা প্ৰতিমা বিসৰ্জন।
👉নগাঁও জিলাৰ ধিঙৰ বিসৰ্জন ঘাটত উলহ-মালহেৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন।
👉বিসৰ্জন ঘাটত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
👉প্ৰশাসনৰ উদ্যোগত নিৰাপত্তাৰ মাজেৰে সম্পন্ন কৰা হৈছে প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা।
👉প্ৰায় ২০টা দুৰ্গা প্ৰতিমা বিসৰ্জনৰ সম্ভাৱনা।
👉বৃহত্তৰ ধিঙৰ বিভিন্ন প্ৰান্তৰ পৰা বিসৰ্জন ঘাটলৈ অনা হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা।
👉ঢাক-ঢোলৰ ধ্বনিৰ মাজেৰে মা দুৰ্গাক বিদায়।
👉ভক্তি, আনন্দ আৰু বিষাদৰ মাজেৰে দেৱীক বিদায় জনালে ভক্তসকলে।
Nagaon, Nagaon | Oct 21, 2026