অভয়াপুৰীত আৰক্ষীৰ অভিযানত জব্দ অবৈধ মহ কঢ়িওৱা বাহন সহ ২৫ টাকৈ মহ আৰু আটক ৩ জন সৰবৰাহকাৰী।
আজি বিশেষ খৱৰৰ ভিত্তিত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত আৰক্ষীয়ে অভিযান চলাই AS15BC 0907 নম্বৰৰ ছয়চকীয়া ট্ৰাকেৰে বিহাৰৰ পৰা আহি থকা অৱস্থাত জব্দ কৰে মহ সহ বাহনখন।
#todaynews24x7 #CMOASSAM #assamvirelvideo #Kokrajar #lakhimpur #assam #BreakingNews #dhubri #kazigaonpolice #parbatjhorabreaking
Bilasipara Part, Dhubri | Nov 24, 2026