Public App Logo
উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ সাহাৰ্যাৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩,৩৩,৩৩৩ টকাৰ অনুদান শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ---- আউনীআটী সত্ৰৰ মহানুভৱ অৱদানৰ বাবে মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা : সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰে মুখ্যমন্ত্ৰীৰ সৌজন্য সাক্ষাৎ--- - Ujani Majuli Circle News