বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ হৈ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনিন্দ্ৰ দাসৰ পিতৃ মোহন চন্দ্ৰ দাস দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক বাৰ্তা প্ৰদান কৰোঁ। উপস্থিত থাকে বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি দীপক শৰ্মা, সম্পাদক মহেন্দ্ৰ পগাগ, প্ৰাক্তন সভাপতি নগেন শইকীয়া, পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাস সহ সমাজকৰ্মী ৰতন চৌধুৰী।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7 #biswnath