Public App Logo
বিশ্বনাথৰ ৰ'দৰ সম্পাদক জয়ন্ত বৰুৱ আৰু নাই। যোৱা কালি টাইমছ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল, উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যোৱাৰ পথতে বৰুৱা দাই এক যুগৰ অৱসান ঘটাই বৈকুণ্ঠগামী হয়। লিখি থকাৰ সময়লৈকে কলিয়াবৰ পাইছে বুলি জানিবলৈ পাইছো।✅✅✅#behalidarpan - Biswanath News