Public App Logo
নমস্কাৰ বঙাইগাঁওবাসী ৰাইজ। আপোনালোকক জনাবলৈ পাই মই সুখী যে অহা সোমবাৰ, ১৭ আগষ্টত মই বঙাইগাঁওত উপস্থিত থাকিম। আপোনালোকে যদি ভৱিষ্যৎ সম্পৰ্কীয় পৰামৰ্শ, কুণ্ডলী/জ্যোতিষীয় পৰামৰ্শ অথবা ব্যক্তিগত যিকোনো সমস্যাৰ কাউন্সেলিংৰ বাবে মোৰ সৈতে সাক্ষাৎ কৰিব বিচাৰে, তেন্তে আগতীয়াকৈ মোক WhatsApp কৰিব পাৰে। 📅 তাৰিখ: ১৭ আগষ্ট, সোমবাৰ 📍 স্থান: বঙাইগাঁও 📲 WhatsApp: +91 60034 95822 সাক্ষাতৰ বাবে আগতীয়াকৈ যোগাযোগ কৰক। 🙏✨ #Abhayapuri #bijni #follower #astrologytips #bongaigaon - Bongaigaon Part News