"যমুনাৰ মূৰ্চ্ছনা বিচাৰি টুনীলৈ যাম,
হেঁপাহৰ মাজুলীত ৰাস ক্ৰীড়া চাম..."
শৰতৰ পূৰ্ণিমাৰ জোনাকত আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে জীপাল মাজুলীৰ বুকুলৈ সকলোকে আন্তৰিক নিমন্ত্ৰণ জনালোঁ। টুনীৰ পাৰৰ এই অপূৰ্ব সাংস্কৃতিক পৰ্যটন তথা ভক্তিৰ মিলন-ক্ষেত্ৰলৈ আপুনিও সপৰিয়ালে আহক আৰু মাজুলীৰ পৱিত্ৰ ৰাস মহোৎসৱৰ অনুপম আনন্দ উপভোগ কৰক। আপোনালোক সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
District Administration Majuli ৰ পেজৰ পৰা লোৱা হৈছে ---